Saturday, May 10, 2025

পাকিস্তানৰ গুলীত শ্বহীদ হ’ল ভাৰতৰ বীৰ জোৱান মহম্মদ ইমতিয়াজ।



 পাকিস্তানৰ গুলীত শ্বহীদ হ’ল ভাৰতৰ বীৰ জোৱান মহম্মদ ইমতিয়াজ।

বিএছএফ জোৱানগৰাকীৰ আত্মবলিদানক শ্ৰদ্ধা জনাইছে ভাৰতবৰ্ষই।

সীমান্ত সুৰক্ষা বাহিনী (BSF)ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, উপ-পৰিদৰ্শক মহম্মদ ইমতিয়াজে সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দিছিল অভিযানৰ।

Labels: